Subscribe
URL of the page has been copied to clipboard.
Meaning : শাস্ত্রীয় বিষয়ত পৰস্পৰৰ মাজত হোৱা বাদ-বিবাদ
Example : অষ্টাবক্রই ৰজা জনকৰ সভাত উপস্থিত ডাঙৰ-ডাঙৰ বিদ্বানৰ লগত বাদ-প্রতিবাদ কৰিলে
Synonyms : বাত-বিতণ্ডা, বাদ-প্রতিবাদ, বাদ-বিবাদ
Install App