Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word বাদ-বিবাদ from অসমীয়া dictionary with examples, synonyms and antonyms.

বাদ-বিবাদ   বিশেষ্য

Meaning : কোনো কথাত হোৱা দন্দ্ব বা তর্কা-তর্কি

Example : তেওঁ ্ কাজিয়াৰ কাৰণ জানিব বিচাৰিছে

Synonyms : কন্দল, কলহ, কলৌ, কাজিয়া, কাজিয়া-পেচাল, খৰিয়াল, জগৰা, ঝগড়া, দন, দন-খৰিয়াল, দন-হাই, দন্দ-খৰিয়াল, দন্দ্ব, বিবাদ, যুঁজ, যুঁজ-্বাগৰ, হাই-কাজিয়া, হুৰা-মুৰা, হুৰামুৰি

Meaning : কোনো কথাত লগা বাদানুবাদ

Example : আজি ৰাতিপুৱাই তেওঁৰ সৈতে মোৰ চুপতা-চুপতি লাগিল

Synonyms : উখনা-উখনি, খকা-খুন্দা, চুপতা-চুপতি, বাক-বিতণ্ডা, বাদ-বিতণ্ডা

Meaning : কোনো পক্ষৰ খণ্ডন আৰু মণ্ডনত হোৱা কথা-বতৰা

Example : বেছি বাদ-বিবাদত পৰিলে হʼবলগীয়া কামটোও নহʼবগৈ

Synonyms : তর্ক-বিত্্র্ক

Meaning : শাস্ত্রীয় বিষয়ত পৰস্পৰৰ মাজত হোৱা বাদ-বিবাদ

Example : অষ্টাবক্রই ৰজা জনকৰ সভাত উপস্থিত ডাঙৰ-ডাঙৰ বিদ্বানৰ লগত বাদ-প্রতিবাদ কৰিলে

Synonyms : বাত-বিতণ্ডা, বাদ-প্রতিবাদ, বাদপ্রতিবাদ