Meaning : কোনো কথাত লগা বাদানুবাদ
Example :
আজি ৰাতিপুৱাই তেওঁৰ সৈতে মোৰ চুপতা-চুপতি লাগিল
Synonyms : উখনা-উখনি, খকা-খুন্দা, চুপতা-চুপতি, বাক-বিতণ্ডা, বাদ-বিবাদ
Meaning : অনাহকত কৰা তর্ক ্বা বিবাদ
Example :
এনে ধৰণৰ বাক-বিতণ্ডাৰ পৰা আচলতে তুমি কি পোৱা ?
Synonyms : বাক-বিতণ্ডা, বিতণ্ডা