Subscribe
URL of the page has been copied to clipboard.
Meaning : ব্যৱহাৰ বা আচৰণৰ বিষয়ত নীতি, ্ধর্ম, বিধি আদিৰ জৰিয়তে নিশ্চিত কৰা ৰীতি বা প্রতিবন্ধতা
Example : আমি নিজৰ নিয়মৰ পালন কৰা উচিত
Synonyms : কায়দা, নিয়ম, সিদ্ধান্ত
Meaning : ঋষি আদিৰ মান্য উপদেশ
Example : শংকৰাচার্যৰ অদ্বৈত সিদ্ধান্তক সকলোৱে নামানে
Synonyms : মত, সিদ্ধান্ত
Meaning : কোনো পণ্ডিত লোকে প্রতিষ্ঠা কৰা বিদ্যা, কলা আদিৰ সম্বন্ধে কোৱা মূল কথা বা মত যিটো সকলো লোকে মানি লয়
Example : ডাৰউইনে ক্রমবিকাশৰ মতবাদ অনুসৰি মানুহৰ নেজ আছিল
Synonyms : মত, মতবাদ, সিদ্ধান্ত
Install App