Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো উদ্দেশ্যৰে কোৱা বা কোওৱা বা লিখিত অথবা সাংকেতিক কোনো মহত্ত্বপূর্ণ ্কথা
Example : নিজৰ ভায়েকৰ বিয়াৰ খবৰ পাই তেওঁ আনন্দত অধীৰ হৈ পৰিল
Synonyms : খবৰ, বতৰা, সংবাদ, সমাচাৰ, সম্বাদ
Meaning : ৰেডিঅʼ, বাতৰি-কাকত আদিত উপল্্ব্ধ হোৱা খবৰ
Example : এতিয়া আপোনালোকে হিন্দীত দেশ-বিদেশৰ বাতৰি শুনি আছিল
Synonyms : খবৰ, খবৰ বাতৰি, বার্তা, সংবাদ, ্ সমাচাৰ
Meaning : মুখেৰে কোৱা কোনো সমাচাৰ
Example : মই আপোনাক মাতিবৰ কাৰণে ৰামৰ যোগেদি খবৰ পঠিয়াইছোঁ
Synonyms : খবৰ, সন্দেশ
Meaning : কোনো বিষয়ৰ জ্ঞান বা পৰিচয় দিবৰ কাৰণে কাৰোবাক কোৱা কথা
Example : বতৰ বিজ্ঞান বিভাগে ধাৰাসাৰ বৰষুণ হোৱাৰ বাতৰি দিছে
Synonyms : খবৰ, জাননী
Install App