Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word বাতাবৰণ from অসমীয়া dictionary with examples, synonyms and antonyms.

বাতাবৰণ   বিশেষ্য

Meaning : কোনো ঘটনা, কার্য, জীৱ আদিৰ চৌপাশৰ বা ওচৰ-পাজৰৰ বাস্তৱিক স্থিতি বা অৱস্থা

Example : ইয়াৰ পৰিস্থিতি সাম্প্রদায়িক ্সংঘর্ষৰ ্কাৰণে দিনে-দিনে বেয়াৰ পিনে ঢাল খাইছে

Synonyms : আবহাওৱা, প্রতিবেশ, পৰিমণ্ডল, পৰিস্থিতি, পৰিৱেশ, ্পর্য্যাবৰণ

Meaning : চৌদিশৰ পৰা পৃথিৱীক আৱৰি ৰখা বায়ু বিশেষ

Example : আমি বাতাবৰণ দূষিত হোৱাৰ পৰা ৰক্ষা কৰা উচিত

Synonyms : বাতাৱৰণ, বায়ুমণ্ডল