Subscribe
URL of the page has been copied to clipboard.
Meaning : যিজনে ঘৰ বা কাঠ, ধাতু আদিৰে বস্তু বনায়
Example : এই মূর্তিটো ভাল মিস্ত্রীয়ে বনাইছে
Synonyms : কাৰিকৰ, কাৰিগৰ, মিস্ত্রী
Meaning : কাঠ আদিৰে দুৱাৰ, মেজ, চকী আদি গঢ়া কাৰিকৰ
Example : এজন নিপুণ বাঢ়ৈয়ে এই দুৱাৰখন সাজিছে
Synonyms : কাঠমিস্ত্রী
Install App