Meaning : জন্মৰ পৰা এক-দুই বছৰ বয়সৰ লʼৰা-ছোৱালী
Example :
মাকে কেঁচুৱাটোক পিয়াহ খুৱাই আছে
Synonyms : কেঁচুৱাশিশু, পেন্দুকণা, বালক
Meaning : কম বয়সীয়া লʼৰা বা ছোৱালী
Example :
তেওঁ শিশুৰ কাৰণেও গল্প লিখে এই চিনেমাখন সৰু লʼৰা-ছোৱালীয়ে খুউব ভাল পায়
Synonyms : বালক-বালিকা, লʼৰা-ছোৱালী, শিশু, সৰু লʼৰা-ছোৱালী