Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো কার্য, ব্যৱস্থা আদিৰ সঞ্চালনা কৰা কার্য
Example : ঝান্সীৰ ৰজাৰ মৃত্যুৰ পিছত ৰাণী লক্ষ্মীবাঈয়ে ৰাজ্যৰ বাঘজৰী নিজৰ হাতলৈ আনিছিল
Meaning : ঘোৰাৰ মুখত লগোৱা এক উপকৰণ, যাৰ দুয়োফালে ৰচি বা চামৰাৰ পট্টি লগোৱা থাকে
Example : অশ্বাৰোহীজনে ঘোঁৰাৰ লেকামত ধৰি খোজ কাঢ়ি গৈ আছিল
Synonyms : বল্পা, বাঘডোৰ, লাগাম, লেকাম, লেগাম
Install App