Subscribe
URL of the page has been copied to clipboard.
Meaning : ফল, ফুল বা মূল্যবান গছ-গছনি আদি নিয়াৰিকৈ ৰুই থোৱা স্থান:লʼৰা-ছোৱালীবোৰে বাগিচাত মধুৰিআম পাৰি আছিল
Example :
Synonyms : উদ্যান, কানন, বাগ, বাগিচা
Meaning : যি ঠাইত বিস্তৃত আৰু শৃংখলিতভাৱে শস্য বা ফলমূল আদি উৎপন্ন কৰা হয়
Example : চাহ বাগানত কাম কৰা শ্রমিকসকলে ধর্মঘট কৰিছিল
Install App