Subscribe
URL of the page has been copied to clipboard.
Meaning : যি ৰৈ গৈছে (যেতিয়া কোনো কাৰণত নষ্ট বা শেষ হৈ যায়)
Example : ঘৰত জুই লগাত একোৱেই বাকী নৰʼল
Synonyms : অৱশিষ্ট, অৱশেষ
Meaning : যি বাকী হোৱাৰ কাৰণে দিয়া হয়
Example : ৰামুৱে বাকী ঋণখিনি সোনকালেই ফিৰাই দিম বুলি কথা দিলে
Synonyms : দিবলগীয়া, দেয়
Meaning : যি কাৰোবাৰ জিম্মাত বাকী থাকি গৈছে
Example : মই বকেয়া ধন জমা কৰিবলৈ গৈছিলোঁ
Synonyms : বকেয়া
Install App