Subscribe
URL of the page has been copied to clipboard.
Meaning : ফল, বীজ আদিৰ আৱৰণ
Example : গাইজনীয়ে কলৰ বাকলি ছোবাই আছে
Synonyms : ছাল, ত্বক, বল্কল, বাকল
Meaning : কোনো বস্তু আদিৰ পৰা এৰুৱাই দিয়া ছাল বিশেষ
Example : তেওঁ ্গাইজনীক লাওৰ বাকলি খুৱাই আছে
Meaning : উদ্ভিদৰ গা-গছ, ডাল আদিৰ ওপৰৰ আৱৰণ
Example : কোনো কোনো গছৰ ছাল ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়
Synonyms : গছৰ ছাল, গছৰ বাকলি, ছাল, নিকৰ, বল্ক, বল্কল, বৃক্ষত্বক
Install App