Meaning : গালি পৰা কার্য ্বা ভাব
Example :
পৰিয়ালৰ লোকৰ গালিত অতীষ্ঠ হৈ মোহনে ঘৰ এৰি পলাই গʼল
Synonyms : অপযশ, অপামান, ককর্থ্্না, গঞ্জনা, গর্হাল, গালি, গালি-গালাজ, গালি-শপনি, গোর্হাল, গৰিহণা, ডাবি, ডাবি-হুকি, তিৰস্কাৰ, থেকেচনি, দুর্যশ, ধমক, ধমকি, নগুৰ-বিতণ্ডা, নিন্দা, নেওচা, নেওচা-কেওচা, বকনি, বকাবকি, ভর্ছ্্না, ভর্ৎসনা, ভেকাহি, শপনি, হুকি, ্দুর্ণাম, ্বদনাম, ্হেঁফনি, ৰটনা, ৰটনি
Meaning : কোনো কথাত লগা বাদানুবাদ
Example :
আজি ৰাতিপুৱাই তেওঁৰ সৈতে মোৰ চুপতা-চুপতি লাগিল
Synonyms : উখনা-উখনি, খকা-খুন্দা, চুপতা-চুপতি, বাদ-বিতণ্ডা, বাদ-বিবাদ
Meaning : অনাহকত কৰা তর্ক ্বা বিবাদ
Example :
এনে ধৰণৰ বাক-বিতণ্ডাৰ পৰা আচলতে তুমি কি পোৱা ?
Synonyms : বাদ-বিতণ্ডা, বিতণ্ডা