Subscribe
URL of the page has been copied to clipboard.
Meaning : খুৰাৰ ছোৱালী
Example : মোৰ খুৰাহঁতৰ ভন্টিজনী পঢ়াত খুব ভাল
Synonyms : খুৰাৰ ছোৱালী, ভণ্টি
Meaning : বয়সতকৈ ডাঙৰ ভনী
Example : মোৰ বাইদেউ অধ্যাপিকা
Synonyms : বা, বাই
Meaning : জেঠোদেউ বা পেহাৰ ছোৱালী
Example : মোৰ কোনো ভণ্টি (পেহীৰ ছোৱালী) নাই
Synonyms : পেহাৰ ছোৱালী, ভণ্টি
Meaning : মামাৰ ছোৱালী
Example : মোৰ মামাৰ ছোৱালী বেনাৰসত থাকে
Synonyms : ভন্টি, মামাৰ ছোৱালী
Meaning : স্ত্রীৰ কাৰণে ব্যৱহাৰ কৰা সম্বোধন
Example : বাইদেউ, এইয়া আপোনাৰ সামগ্রী নেকি?
Install App