Meaning : বাংলাদেশৰ অধিবাসী
Example :
ৰাইজে ভাৰতত বাস কৰা বাংলাদেশীসকলক ঘূৰাই পঠোৱাৰ দাবী তুলিছে
Synonyms : বাংলাদেশবাসী
Meaning : বাংলাদেশ সম্বন্ধীয় বা বাংলাদেশৰ
Example :
বক্সিদেৱে নিজৰ বাংলাদেশী ভাইক লগ পাবলৈ গৈছে