Meaning : যি লিপিৰ দ্বাৰা বাংলা ভাষা লিখা হয়
Example :
গীতাঞ্জলী বাংলাত লিখা হৈছিল
Synonyms : বাংলা লিপি, বাংলা-লিপি
Meaning : বেঙ্গলী ভাষাৰ সৈতে সম্বন্ধ থকা
Example :
বাংলা সাহিত্যত ৰবীন্দ্রনাথ ঠাকুৰৰ উল্লেখযোগ্য অৱদান আছে