Meaning : কর্ণাটক ৰাজ্যৰ ৰাজধানী চহৰ
Example :
তেওঁৰ আজি বাঙ্গালুৰু যাবলগা আছে
Synonyms : বাঙ্গালুৰু
Meaning : কর্ণাটকৰ এখন জিলা
Example :
বাংগালুৰু জিলাৰ সদৰ ঠাই বাংগালুৰুত আছে
Synonyms : বাংগালুৰু জিলা, বাঙ্গালুৰু, বাঙ্গালুৰু জিলা