Subscribe
URL of the page has been copied to clipboard.
Meaning : হাস্যপূর্ণ অভিনয়ৰ যোগেদি সকলোকে হহুঁ্ওৱা ব্যক্তি
Example : এই চার্কাচৰ জকৰজন বৰ ধেমেলীয়া
Synonyms : জকৰ, বিদূষক
Meaning : লাহ-বিলাহ বা অংগী-ভংগী কৰা ব্যক্তি
Example : মোমাইদেউৰ জোৱাঁয়েকজন বৰ বহুৱা
Meaning : কাৰোবাক বহা কার্যত প্রবৃত্ত কৰা
Example : তেওঁ কেচুৱাটোক চকীত বহুৱাইছে
Install App