Subscribe
URL of the page has been copied to clipboard.
Meaning : যিয়ে বিভিন্ন ধৰণৰ ৰূপ ধাৰণ কৰি মানুহক আচৰিত কৰি তোলে
Example : এজন বেশধাৰীয়ে দুৱাৰে দুৱাৰে ঘূৰি ভিক্ষা মাগী আছিল
Synonyms : বেশধাৰী, ৰূপধাৰী
Install App