Meaning : কোনো যান বা বাহনৰ ওপৰত বহাত প্রবৃত্ত হোৱা
Example :
চালকজনে লʼৰাটোক ঘোঁৰাত বহুৱালে
Synonyms : উঠোৱা
Meaning : কোনো নাৰীক পত্নীৰ ৰূপত ৰাখি লোৱা
Example :
ঠাকুৰে ৰামুৰ বোৱাৰীক নিজৰ ঘৰত বহুৱালে
Meaning : কোনো পদত কার্যনি্র্বাহ কৰা
Example :
চাণক্যই চন্দ্রগুপ্তক তক্ষশীলাৰ সিংহাসনত বহুৱাইছিল
Synonyms : আসীন কৰা