Subscribe
URL of the page has been copied to clipboard.
Meaning : অভ্যাসৰ কাৰণে লিখিবলৈ ব্যৱহাৰ কৰা কিতাপ আকৃতিৰ উকা কাগজ
Example : সকলো ছাত্রৰ লগত প্রতিটো বিষয়ৰ একোখনকৈ বহী থকা উচিত
Synonyms : কপি, খাতা
Meaning : আয় ব্যয় আদিৰ হিচাপ লিখা বহী
Example : তেওঁ ্খাতা মেলি আয়-ব্যয়ৰ হিচাপ কৰি আছে
Synonyms : খাতা
Install App