Subscribe
URL of the page has been copied to clipboard.
Meaning : যি বস্তু কোনো কামত ব্যৱহাৰ কৰা হয়
Example : ইটা, চিমেণ্ট আদি সামগ্রী ঘৰ সজা কামত লাগে
Synonyms : পদার্থ, মাল, মাল-বস্তু, সামগ্রী
Meaning : বাস্তৱিক বা কল্পিত সত্তা
Example : বতাহ এক বিমূর্ত্ত বস্তু
Synonyms : সামগ্রী
Meaning : যিটোৰ কোনো আকাৰ বা ৰূপ আছে আৰু যিটো কোনো খণ্ড, শৰীৰ আদিৰ ৰূপত থাকে
Example : গাখীৰ এবিধ পেয় পদার্থ
Synonyms : দ্রব্য, পদার্থ
Install App