Subscribe
URL of the page has been copied to clipboard.
Meaning : মানুহ আৰু অন্যান্য জীৱ-জন্তুৱে বাস কৰা সৌৰজগতৰ এটি গ্রহ
Example : পৃথিৱী সূর্যৰ ্ চাৰিওফালে ঘূৰে
Synonyms : ইহজগত, জগত, জীৱলোক, ধৰণী, ধৰা, ধৰিত্রী, পৃথিৱী, বসুধা, বিশ্ব, ভূ, ভূলোক, ভূৱন, মর্ত্য, মেদিনী
Install App