Subscribe
URL of the page has been copied to clipboard.
Meaning : ফল, বীজ আদিৰ আৱৰণ
Example : গাইজনীয়ে কলৰ বাকলি ছোবাই আছে
Synonyms : ছাল, ত্বক, বাকল, বাকলি
Meaning : উদ্ভিদৰ গা-গছ, ডাল আদিৰ ওপৰৰ আৱৰণ
Example : কোনো কোনো গছৰ ছাল ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়
Synonyms : গছৰ ছাল, গছৰ বাকলি, ছাল, নিকৰ, বল্ক, বাকলি, বৃক্ষত্বক
Install App