Subscribe
URL of the page has been copied to clipboard.
Meaning : বল বা শক্তিহীন
Example : দুর্বল ব্যক্তিৰ ওপৰত অত্যাচাৰ কৰিব নালাগে
Synonyms : কাহিল, দুর্বল, প্রাণশক্তিহীন, শক্তিহীন
Meaning : যাৰ ক্ষমতা বা শক্তি নাই
Example : বয়স হোৱাৰ লগে-লগে মানুহ শক্তিহীন হৈ পৰে যুঁজি-যুঁজি ্তেওঁ অক্ষম হৈ পৰিল
Synonyms : অক্ষম, অথাৱৰ, অথৰ, অশক্ত, ক্ষমতাহীন, ক্ষীণ শক্তি, ক্ষীণবল, শক্তিহীন, হতবল, হীনবল, ্অপার্থক, ্অসমর্থ
Install App