Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word বনৰীয়া from অসমীয়া dictionary with examples, synonyms and antonyms.

বনৰীয়া   বিশেষণ

Meaning : জংঘল সম্বন্ধীয় বা জংঘলৰ

Example : কিছুমান আদিবাসী জাতিয়ে জংঘলত বসতি কৰাৰ কাৰণে জংঘলী জীৱনত অভ্যস্ত হৈ পৰে

Synonyms : জংগলী, জংঘলী, জঙ্ঘলী, বন্য

Meaning : হাবি বা অৰণ্যত থকা

Example : বন্য প্রাণীৰ হত্যা কৰা আইন মতে দণ্ডনীয়

Synonyms : অৰণ্যচাৰী, অৰণ্যচৰ, জংঘলী, বনচাৰী, বনচৰ, বন্য

Meaning : নিজে নিজে হোৱা বা গজা

Example : মোৰ খেতিত বনৰীয়া বন গজি উঠিছে

Synonyms : জংঘলী, জঙ্ঘলী

Meaning : বনত হোৱা বা পোৱা

Example : এইজোপা বনজ উদ্ভিদ

Synonyms : আৰণ্যক, জংঘলী, বনজ, বনজাত, বন্য