Subscribe
URL of the page has been copied to clipboard.
Meaning : জংঘল সম্বন্ধীয় বা জংঘলৰ
Example : কিছুমান আদিবাসী জাতিয়ে জংঘলত বসতি কৰাৰ কাৰণে জংঘলী জীৱনত অভ্যস্ত হৈ পৰে
Synonyms : জংগলী, জংঘলী, জঙ্ঘলী, বনৰীয়া
Meaning : হাবি বা অৰণ্যত থকা
Example : বন্য প্রাণীৰ হত্যা কৰা আইন মতে দণ্ডনীয়
Synonyms : অৰণ্যচাৰী, অৰণ্যচৰ, জংঘলী, বনচাৰী, বনচৰ, বনৰীয়া
Meaning : বনত হোৱা বা পোৱা
Example : এইজোপা বনজ উদ্ভিদ
Synonyms : আৰণ্যক, জংঘলী, বনজ, বনজাত, বনৰীয়া
Install App