Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word বন্ধ্যাকৰণ from অসমীয়া dictionary with examples, synonyms and antonyms.

বন্ধ্যাকৰণ   বিশেষ্য

Meaning : সন্তান জন্ম নহʼবৰ কাৰণে পুৰুষৰ শুক্রবাহিকা নলী কাটি দিয়া এক ধৰণৰ প্রক্রিয়া

Example : বন্ধ্যাকৰণ পৰিয়াল পৰিকল্পনাৰ এক ধৰণৰ গুৰুত্বপূর্ণ ্উপায়

Meaning : প্রজনন শক্তিহীন কৰা ক্রিয়া

Example : জনসংখ্যা কম কৰাৰ কাৰণে পুৰুষ-মহিলাক বন্ধ্যাকৰণৰ পৰামর্শ দিয়া হয়

Synonyms : বন্ধ্যা কৰণ