Subscribe
URL of the page has been copied to clipboard.
Meaning : যাৰ বন্ধু আছে
Example : অলপ সময়ৰ ভিতৰতে বন্ধুত্বপূর্ণ ব্যক্তিৰ সহায়ত তেওঁৰ সৈতে বন্ধুত্ব গঢ়ি উঠিল
Synonyms : মিত্রবান, মিত্রৱান, সসখা
Meaning : মিত্রতাৰে ভৰি থকা
Example : শ্যামে শ্রেণীকোঠাত সকলো বিদ্যার্থীৰ লগত বন্ধুত্বপূর্ণ ব্যৱহাৰ কৰে
Synonyms : মিত্রতাপূর্ণ
Install App