Subscribe
URL of the page has been copied to clipboard.
Meaning : যি পুৰুষ কোনো মহিলাৰ বন্ধু
Example : মোৰ পুৰুষ মিত্রসমূহৰ ভিতৰত ৰমেশ সকলোতকৈ ভাল
Synonyms : পুৰুষ বন্ধু, পুৰুষ মিত্র
Meaning : যিজনে সকলো কাম আৰু কথাতে ভালচিন্তা আৰু সহায়তা কৰে
Example : প্রকৃত বন্ধুৰ পৰীক্ষা বিপদৰ সময়তহে হয়
Synonyms : দোস্তী, বান্ধৱ, মিতা, মিত্র, সংগী, সখা, সখী, সঙ্গী
Install App