Subscribe
URL of the page has been copied to clipboard.
Meaning : ৰচী, কাপোৰ আদিত বিশেষধৰণে দিয়া পাক বা গ্রথিত ৰূপ
Example : তেওঁ ্ কাপোৰৰ গাঁথিটো খুলিব নোৱাৰিলে
Synonyms : গাঁথি, গ্রন্থি, ডোৰ, বান্ধ, বান্ধোন
Meaning : কোনো বিশেষ কাম কৰাৰ বাধ্য-বাধকতা
Example : ৰোগীৰ খোৱা-বোৱাত বান্ধোন লগাওক
Synonyms : বান্ধোন
Meaning : বন্ধা কার্য ্বা ভাব
Example : চোৰটোৱে হাজাৰ চেষ্টা কৰিও বান্ধোনটো খুলিব নোৱাৰিলে
Install App