Meaning : প্রথা বন্ধ কৰা কার্য
Example :
আমি সমাজৰ পৰা যৌতুক প্রথা উঠাই দিব লাগে
Synonyms : উঠাই দিয়া, নিষিদ্ধ কৰা
Meaning : দুৱাৰ, মুখ আদিত কিবা ৰাখি তাৰ বন্ধ কৰা
Example :
তেওঁ নিগনিৰ ্গাঁত বন্ধ কৰিছে
Meaning : কোনো বস্তু ভিতৰৰ পৰা বাহিৰলৈ বা বাহিৰৰ পৰা ভিতৰলৈ যাব নোৱাৰাকৈ কৰা এক অৱস্থা বা স্থিতি
Example :
ছাত্রাবাসৰ প্রধান দুৱাৰ আঠ বজাত বন্ধ কৰা হয়
Synonyms : জপোৱা
Meaning : চলি আহি থকা কথা বা পৰম্পৰা আদি বন্ধ কৰা
Example :
ৰাজা ৰামমোহন ৰায়ে সতীদাহ প্রথা বন্ধ কৰিছিল
Synonyms : ৰুধা
Meaning : ভাট্টা আদি নিদিয়া
Example :
চৰকাৰে ভ্রমণ ভাট্টা বন্ধ কৰিলে