Meaning : দুখ, বিৰোধ বা অসন্তোষ ভাব দেখুৱাবৰ কাৰণে কল-কাৰখানা, কার্যালয় আদিৰ কর্ম্্চাৰী বা জন-সাধাৰণে ব্যৱসায়, দোকান আদি বন্ধ কৰি দিয়া কার্য
Example :
পৰিবহণৰ ওপৰত বন্ধৰ একো প্রভাৱ নপৰিল
Synonyms : হৰতাল
Meaning : কোনো বস্তু ভিতৰৰ পৰা বাহিৰলৈ ওলাই আহিব নোৱাৰা বা বাহিৰৰ পৰা ভিতৰলৈ যাব নোৱাৰা এক স্থিতি
Example :
ছাত্রাবাসৰ প্রধান দুৱাৰ সন্ধিয়া আঠ বজাতে বন্ধ কৰে