Meaning : উপাসকে উপাস্য দেৱতাৰ গুণানুকী্র্তন ্ কৰা নৱবিধ ভক্তিৰ এক প্রকাৰ
Example :
মন্দিৰত ভক্তসকলে সকলো সময়তে বন্দনা কৰে
Synonyms : বন্দন
Meaning : কোনো দেৱ-দেৱীৰ সন্মুখত ফুল, তুলসী, পানী আদি উচর্গা কৰি কৰা ধর্মীয় কার্য:ভগৱানক অন্তৰেৰে পূজা কৰিব লাগে
Example :
Synonyms : অর্চ্্না, আৰাধনা, উপাসনা, পূজা, পূজা-অর্চ্্না, পূজা-পাঠ, পূজা-পার্বন, স্তুতি
Meaning : কাৰোবাৰ স্তুতি, প্রশংসা আদি গোৱা আৰু প্রার্থন্াৰ সময়ত গোৱা পাঠ
Example :
এই কিতাপখনত সকলো দেৱ-দেৱীৰ প্রার্থন্া দিয়া আছে
Synonyms : প্রার্থন্া, প্রার্থন্া গীত, স্তুতি গীত