Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word বনোৱা from অসমীয়া dictionary with examples, synonyms and antonyms.

বনোৱা   বিশেষ্য

Meaning : বনোৱাৰ কাম

Example : চাইকেলখন বনোৱাত এঘণ্টা সময় লʼলে

বনোৱা   ক্ৰিয়া

Meaning : খেল আদিত কোনো পইণ্ট বা লক্ষ্য প্রাপ্ত কৰা

Example : আমি দুগোল দিলোঁ

Synonyms : কৰা, দিয়া

Meaning : কোনো পদ, মর্যাদা বা বিষয়ৰ বিষয়া হোৱা

Example : বিধায়কসকলে যোগীদেৱক ছত্তীশগড়ৰ প্রথম মুখ্যমন্ত্রী নিযুক্ত কৰিলে

Synonyms : নিযুক্ত কৰা

Meaning : কোঠা বা বেৰ আদি তৈয়াৰ কৰা কার্য

Example : এতিয়া মিস্ত্রী আৰু শ্রমিকে দেৱাল সাজি আছে

Synonyms : উঠোৱা, গঁথ্া, সজা, সাজি থকা

Meaning : কোনো বস্তুৰ অস্তিত্ব বা অৱয়ব প্রদান কৰা

Example : কুমাৰে কলহ নি্র্মাণ কৰে

Synonyms : তৈয়াৰ কৰা, নি্র্মাণ কৰা, সজা

Meaning : ঘৰ বা দেৱাল আদি বনোৱা

Example : ৰায়পুৰত আমাৰ দুমহলীয়া ঘৰ উঠাই আছে

Synonyms : উঠোৱা, সজা

Meaning : কোনো ৰূপলৈ অনা

Example : তেওঁ এই মহলটোক নিজৰ বাসস্থান বনালে

Meaning : * গুণ বা লক্ষণেৰে যুক্ত কৰা অথবা কাৰোবাক নিশ্চিত গুণ দিয়া

Example : মোক মূর্খ ্ সজাব নালাগে এই কথাটোকে ডাঙৰ কৰিব নালাগে

Synonyms : কৰা, সজোৱা