Meaning : সেই দ্বিপদী বিকশিত ্পশুবর্গ ্যʼৰ পৰা আধুনিক মানুহৰ জন্ম হৈছে
Example :
নৃতত্ত্ববিদে বনমানুহৰ বিষয়ে গৱেষণা চলাই আছে নৃতত্ত্ববিদে অসমৰ শদিয়াত বনমানুহৰ অনুসন্ধান চলাই আছে
Meaning : মানুহৰ আকাৰৰ সৈতে মিল থকা নেজহীন এক প্রকাৰ ডাঙৰ বান্দৰ
Example :
লʼৰা-ছোৱালীবোৰে চিৰিয়াখানাত বনমানুহক বাদাম খুৱাই আছে
Synonyms : বন-মানুহ