Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word বধিৰ from অসমীয়া dictionary with examples, synonyms and antonyms.

বধিৰ   বিশেষ্য

Meaning : যিজনে কাণেৰে ভালদৰে শুনা নাপায় বা একেবাৰে নুশুনে

Example : এই বিদ্যালয়খন বধিৰসকলৰ কাৰণে খোলা হৈছে

বধিৰ   বিশেষণ

Meaning : যিজনে শুনা নাপায়

Example : প্রদীপে কলা-বোবা লোকৰ বাবে বধিৰ বিদ্যালয় খোলাৰ কথা ভাবিছে

Synonyms : কলা, কাণ গধুৰ, শ্রুতিশক্তিহীন, শ্রুতিহীন, শ্রুতিৰহিত, শ্রৱণশক্তিৰহিত, শ্রৱণৰহিত