Subscribe
URL of the page has been copied to clipboard.
Meaning : যিজনক মানুহে বেয়া বুলি কয় বা যিয়ে কুখ্যাতি লাভ কৰিছে
Example : বদনামৰ বস্তিত থাকিলে বদনামী হʼবলগীয়া হয়
Meaning : যিজনক মানুহে বেয়া বুলি কয় বা যিজনে কুখ্যাতি লাভ কৰিছে:বীৰাপ্পান এজন কুখ্যাত দস্যু আছিল ্ তেওঁ নিজৰ কামৰ কাৰণেই সমাজত বদনাম পাইছে
Example :
Synonyms : কুখ্যাত, দুর্নাম
Install App