Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word বতৰ from অসমীয়া dictionary with examples, synonyms and antonyms.

বতৰ   বিশেষ্য

Meaning : সময়ে সময়ে পৰিৱ্্র্তন হৈ ্ থকা কোনো ঠাইৰ জলবায়ুৰ সেই বিশেষ অৱস্থা যʼত বৰষুণ, বায়ুৰ আর্দ্র্্তা তথা প্রবাহ আদিৰ বিচাৰ কৰা হয়

Example : আজিৰ বতৰ বৰ ভাল

Meaning : প্রাপ্তি আদিৰ উপযুক্ত সময় (বিশেষভাৱে গছ-গছনিৰ ফলমূল আদিৰ বিচাৰেৰে )

Example : এতিয়া আমৰ বতৰ আহি আছে