Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word বঢ়া from অসমীয়া dictionary with examples, synonyms and antonyms.

বঢ়া   বিশেষ্য

Meaning : থালী বা পাতত খাদ্য পৰিৱেশন বা উলিওৱা কার্য

Example : তেওঁ ্ভাত বাঢ়িবও নাজানে তেওঁ সাধুজনক আহাৰ যোগান ধৰি বিচনীৰে বিচিবলৈ ধৰিলে

Synonyms : আহাৰ যোগান

বঢ়া   ক্ৰিয়া

Meaning : গণনা বা জোখ-মাপত অধিক হোৱা

Example : দুজন মানুহৰ কাৰণে আহাৰ বাঢ়িব

Synonyms : অধিক হোৱা

Meaning : থালী বা পাতত আহাৰ দিয়া কার্য

Example : মায়ে আমাৰ সকলোৰে কাৰণে আহাৰ পৰিৱেশন কৰিছে

Synonyms : পৰিৱেশন কৰা, বিলোৱা

Meaning : কোনো বাচন আদিৰ ভিতৰৰ পৰা কোনো বস্তু আদি বাহিৰলৈ অনা

Example : মনীশে বতুৱাৰ পৰা ভাত বাঢ়িছে

Synonyms : উলিওৱা, কঢ়া

Meaning : বর্ধন ্ কার্য

Example : বর্ত্্মান সমাজত অপৰাধ বাঢ়িবলৈ লৈছে অপৰাধৰ সীমা-সংখ্যা নোহোৱাকৈ বৃদ্ধি হʼবলৈ ধৰিছে

Synonyms : বৃদ্ধি পোৱা, বৃদ্ধি হোৱা

Meaning : বিস্তাৰ বা পৰিমাণতকৈ অধিক হোৱা বা বৃদ্ধি লাভ কৰা

Example : উপযুক্তভাৱে চোৱাচিতা কৰিলে উদ্ভিদ লহপহকৈ বাঢ়ে