Subscribe
URL of the page has been copied to clipboard.
Meaning : অনাকাংক্ষিত ভাৱে হোৱা বহুত ডাঙৰ অঘটন বা অনিষ্ট
Example : শ্রৱণৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে অন্ধ মাক-পিতাকৰ ওপৰত বজ্রপাত পৰিল
Meaning : আকাশত মেঘে গৰজাৰ পিছত বিজুলীৰ তীব্র চমকনি পৃথিৱীত পৰা কার্য
Example : কালি হোৱা বজ্রপাতত দুজন ব্যক্তি আহত হʼল
Synonyms : বজ্রাঘাত
Install App