Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো নির্দিষ্ট সময়, তিথি, বাৰ বা উপলক্ষত বস্তু বিক্রী কৰা স্থান বিশেষ
Example : লʼৰা-ছোৱালীকেইটালৈ বজাৰৰ পৰা কাপোৰ আনিবলৈ আছে
Synonyms : হাট
Meaning : কোনো নির্দিষ্ট সময়, বাৰ, তিথি বা উপলক্ষত দোকান আদি বহা কার্য
Example : ইয়াত প্রতি শনিবাৰে বজাৰ বহে
Meaning : যি ঠাইত হৰেক ৰকমৰ বস্তু বিক্রী হয়
Example : তেওঁ কিছুমান বস্তু কিনিবলৈ বজাৰলৈ গৈছে
Synonyms : মার্কেট, হাট, হাটখোলা
Install App