Subscribe
URL of the page has been copied to clipboard.
Meaning : নাটক আদিৰ চৰিত্রৰ মুখত দিয়া কথা:জয়শংকৰ প্রসাদৰ প্রায়বোৰ নাটকৰ সংলাপেই ৰসিকতাৰে ভৰা
Example :
Synonyms : কথোপকথন, ডায়লগ, সংলাপ
Meaning : কোৱা কথা
Example : নিজৰ গুৰুৰ বিষয়ে তেওঁৰ উক্তি শুনি আমি হতাশ হʼলোঁ আমাৰ কোৱা মানা
Synonyms : উক্তি, কথন, কোৱা, জবান, বাইক, বাক্, বাক্য, বাণী, বাত, বুলি, বয়ান, মুখৰ কথা
Meaning : কাৰোবাৰ আগত দৃঢ়তা বা প্রতিজ্ঞাপূর্বক্্ভাৱে আমি অমুক কাম নিশ্চয় কৰিম বা কেতিয়াও নকৰোঁ বুলি কোৱা কার্য
Example : আধুনিক যুগত বহুত কম লোকেই নিজৰ কথা ৰাখিব পাৰে
Synonyms : কথা, জবান
Meaning : মানুহৰ মুখৰ পৰা ওলোৱা অর্থসূচক শ্্ব্দ
Example : আনৰ ভাল লগা কথাহে কোৱা উচিত
Synonyms : কথা, বাণী
Meaning : কিবা কোৱা কার্য
Example : সেনা বিষয়াৰ কথা শুনি সৈনিকসকলে নিজৰ কামত লাগিল
Synonyms : কথন, কথা, বাক, বাচ্য
Install App