Subscribe
URL of the page has been copied to clipboard.
Meaning : যিজন ব্যক্তিৰ বৰণ বগা
Example : সেই বগাসকলৰ মাজত বহি থকা কʼলাজন বেলেগকৈ চিনি পাব পাৰি
Meaning : যিটো ৰং উজ্জ্বল বা কʼলা ৰঙৰ বিপৰীত ..???
Example : হালধীয়া ৰঙৰ খাদ্যখিনিত বগা ৰং দিয়া
Synonyms : শুকুলা, শুক্ল, শ্বেত
Meaning : এবিধ বিশেষ ধৰণৰ শিল পুৰি তৈয়াৰ কৰা বগা ক্ষাৰ-বস্তু, যিটো শামুকৰ খোলা পুৰিলেও পোৱা যায়
Example : বেৰ আদিত ৰং দিবৰ কাৰণে চূণ ব্যৱহাৰ কৰা হয়
Synonyms : চূণ, চূণ-শিল
Meaning : যিটো উজ্জ্বল বা প্ৰাণৱন্ত নহয়
Example : বিধৱাসকলক বগা ৰঙৰ কাপোৰ পিন্ধোৱা হয়
Synonyms : চাদা
Meaning : চফা ৰঙৰ বা শ্বেত বর্ণৰ
Example : বেছিভাগ লোকেই বগা বোৱাৰী পছন্দ কৰে
Synonyms : শ্বেত, শ্বেতাংগ
Install App