Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word বখিল from অসমীয়া dictionary with examples, synonyms and antonyms.

বখিল   বিশেষণ

Meaning : যিজনে ধন ভোগ নকৰে, খৰচ নকৰে আৰু কাকো নিদিয়ে:ইমান ধনী হোৱা স্বত্বেও তেওঁ বৰ কৃপণ

Example :

Synonyms : কঞ্জুস, কটকিনা, কাঠ-কুঠাৰ, কুৱাং, কৃপণ, কৰাইচ, গূ-পেৰেত, গূত চাউল ধোৱা, চিকটা কির্পিন, চিপা, চিপিৰা, জিকাজৰী, টানমুঠিয়া, বজ্রবটালি, বান্ধকানি, বেতেৰি-চেপা, যখ, হাতে শুকোৱা