Subscribe
URL of the page has been copied to clipboard.
Meaning : বহুতো মানুহৰ সন্মুখত কোনো বিষয়ে কোৱা বিস্তাৰিতভাৱে কোৱা কথা
Example : গান্ধীজীৰ ভাষণ শুনিবৰ কাৰণে দূৰ-দূৰণৰ পৰা মানুহ আহিছিল
Synonyms : ভাষণ
Meaning : কাৰোবাৰ আগত কোনো বিশেষ বিষয়ত দিয়া মৌখিক ্বর্ণ্্না
Example : আজি দহ বজাত গুৰুদেৱৰ বক্তৃতা আছে
Synonyms : অভিভাষণ, ভাষণ
Install App