Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বিষয়ত কিবা কোৱা
Example : আজি আচার্যই হিন্দু সংস্কৃতিৰ ওপৰত নিজৰ বক্তব্য ৰাখিলে
Synonyms : বক্তব্য দিয়া, বক্তৃতা দিয়া, ভাষণ দিয়া
Meaning : সভা আদিত শ্রোতাসকলৰ সন্মুখত কোনো বিষয়ে নিজৰ ভাব ব্যক্ত কৰা
Example : মুখ্য অতিথিয়ে অনুশাসনৰ মহত্ত্ব সম্পর্কত ভাষণ দিলে
Synonyms : কথা কোৱা, ভাষণ দিয়া
Install App