Subscribe
URL of the page has been copied to clipboard.
Meaning : আনৰ পৰা পাব লগা ধন বা টকা-পইচা আদি
Example : মহাজনে প্রতিমাহৰ পহিলা দিনা পাওনা লʼবৰ বাবে ঘৰলৈ যায়
Synonyms : পাওনা, প্রাপ্যধন
Meaning : কাৰোবাৰ জিম্মাত বাকী থাকি যোৱা ধনৰ অংশ
Example : তেওঁ বেংকৰ ্পৰা বকেয়া ধন আদায় কৰিলে
Meaning : যি কাৰোবাৰ জিম্মাত বাকী থাকি গৈছে
Example : মই বকেয়া ধন জমা কৰিবলৈ গৈছিলোঁ
Synonyms : বাকী
Install App