Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ফৰমান from অসমীয়া dictionary with examples, synonyms and antonyms.

ফৰমান   বিশেষ্য

Meaning : কোনো কাম, ব্যৱস্থা আদিৰ সম্পর্কে ্ৰাজ্যৰ দ্বাৰা দিয়া বা উলিওৱা আধিকাৰিক আদেশ

Example : আয়কৰ বিভাগে একত্রিশ মার্চলৈকে কৰ জমা দিয়াৰ অধ্যাদেশ জাৰি কৰিছে

Synonyms : অধ্যাদেশ

Meaning : (ডাঙৰে সৰুক) অমুক কার্য এনেদৰেহে হোৱা উচিত বুলি কোৱা কার্য

Example : তেওঁ শিক্ষকৰ নির্দেশ অনুসৰি কাম কৰি সফল হʼল

Synonyms : অনুজ্ঞা, আজ্ঞা, আদেশ, দিহা, দিহা-পোহা, দিহা-যুগুতি, দেশনা, নির্দেশ, নির্দে্শনা, ফৰমাচ, হুকুম

Meaning : যি পত্রৰ দ্বাৰা কাৰোবাক কোনো আজ্ঞা বা আদেশ দিয়া হয়

Example : আদালতৰ পৰা পোৱা আদেশ পত্র অনুসৰি আমি এই ঘৰটো এৰি যোৱা উচিত

Synonyms : আজ্ঞা পত্র, আদেশ পত্র, পৰোৱানা, হুকুমনামা