Subscribe
URL of the page has been copied to clipboard.
Meaning : তৰল পদার্থত ্হোৱা গোলাকাৰ বায়ু ভর্তি টোপাল
Example : মানৱ জীৱন পানীৰ বুদবুদৰ নিচিনা
Synonyms : বুদবুদ
Meaning : তৰল পদার্থ বৰকৈ লৰাই দিলে বা উতলালে ওপৰলৈ উঠি অহা এক ৰূপ
Example : গা-ধোৱাৰ সময়ত লʼৰা-ছোৱালীবোৰে হাতত ফেন লৈ খেলি আছিল
Synonyms : জলবিম্ব, বুদবুদ, বুৰবুৰি
Install App